Home যোৰহাট যোৰহাট কাণ্ডৰ লগত জড়িত আৰু এটা অপৰাধীক গ্ৰেপ্তাৰ

যোৰহাট কাণ্ডৰ লগত জড়িত আৰু এটা অপৰাধীক গ্ৰেপ্তাৰ

823
0

গণৰ্বাতা বিশেষ   যোৰহাট, ৭ ডিচেম্বৰ : যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ লগত জড়িত আৰু এটা অপৰাধীক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে।  সুশান্ত শৰ্মা(৩১) নামৰ যোৰহাট বালিগাঁৱৰ অপৰাধী টোক গুৱাহাটীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখযোগ্য যে বৰ্তমানলৈকে এই কাণ্ডৰ লগত জড়িত ১৫ টা অপৰাধীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে। আজি অপৰাধীটোক আদালতত হাজিৰ কৰাৰ পাছত আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here