Home Main Stories কৰোণাতংক : বাতিল কৰা হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা

কৰোণাতংক : বাতিল কৰা হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা

45
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ : কোৰোনাই ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে। কোৰোনাৰ এই সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰীক্ষা বাতিল কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ পৰীক্ষা অবিহনেহ× উন্নীত কৰা হ’ব। ৭ মে’ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এক জাননীত কোৱা হৈছে— যোৱা ৪ মে’ৰ পৰা অনুষ্ঠিত হ’ব লগা পৰীক্ষাটো বাতিল কৰা হৈছে আৰু যিসকলে পৰীক্ষাৰ বাবে অনলাহ×ন আবেদন কৰিছিল তেওঁলোকক ২০২১-২২ শৈক্ষিক বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ উন্নীত কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here