VIDEO | কোবিড ৰোগীৰ মৃত্যুক লৈ উদালীৰ ফুলতলী হস্পিটেলত লংকাকাণ্ড ◾️ আইন হাতত লৈ চিকিৎসকক নিৰ্মম প্ৰহাৰ মৃতকৰ আত্মীয়ৰ ◾️ হস্পিটেল দৰজা-খিৰীকি ভাঙি লণ্ডভণ্ড

লংকা ফুলতলিৰ পৰা কৃষ্ণ হাজৰিকাৰ সহযোগত মাহমুদ আলী, নীলবাগান, ১ জুন : হোজাই জিলাৰ লংকাৰ ফুলতলী হাস্পতালত আজি সংঘটিত হয় লংকাকাণ্ড। এগৰাকী ক’ভিড ৰোগীয়ে চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লোৱাৰ অভিযোগ তুলি ৰোগীৰ আত্মীয়ই সংঘটিত কৰে এই লংকাকাণ্ড। অকল ইমানেই নহয়, একাংশ উত্তেজিত লোকে উগ্ৰমূৰ্তি ধাৰণ কৰি কৰ্তব্যৰত চিকিৎসকক লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ উপৰি … Continue reading VIDEO | কোবিড ৰোগীৰ মৃত্যুক লৈ উদালীৰ ফুলতলী হস্পিটেলত লংকাকাণ্ড ◾️ আইন হাতত লৈ চিকিৎসকক নিৰ্মম প্ৰহাৰ মৃতকৰ আত্মীয়ৰ ◾️ হস্পিটেল দৰজা-খিৰীকি ভাঙি লণ্ডভণ্ড