Home Main Stories LIVE EID #UPDATES VIDEOS | আজি সমগ্ৰ বিশ্বজুৰি ঈদ-উল ফিতৰ উদযাপন

LIVE EID #UPDATES VIDEOS | আজি সমগ্ৰ বিশ্বজুৰি ঈদ-উল ফিতৰ উদযাপন

92
0

গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰে ঈদ উল ফিতৰ। বিগত বছৰৰ দৰে  এইবাৰো কোৰোনা মহামাৰীৰ বাবে উলহ মালহেৰে ঈদ উদযাপন কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে। কিয়নো কোৰোনা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’কলৰ  নীতি নিয়ম অনুসৰি অনুষ্টুপীয়াকৈ  নামাজ আদায় কৰে।

 বিশ্বৰ বিভিন্ন প্ৰান্তত ঈদ-উল ফিতৰ উদযাপন তথা নামাজ  আদায় কৰাৰ কিছু দৃশ্যাংশ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here