
নৱগঠিত ছমৰীয়া সমষ্টিৰ ৬নং কিছমত কাঠমী গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ড সদস্য হামেদ আলীয়ে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ভোটৰ ৰাইজৰ মাজত জয়ী হোৱাৰ বাবে জেষ্ঠ্য মুৰব্বীৰ পৰা আশীৰ্বাদ বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে ৷
আহিবলগীয়া ৭ মে’ৰ পঞ্চায়ত নিৰ্বাচনত ৮নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হামেদ আলীৰ সমৰ্থনত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজৰ পৰা ভোট বিচাৰি নিজে জয়ী হবলৈ তৎপৰতা বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে ৷