
ছয়গাঁৱ: বিহুৰ আনন্দ ৰ মাজতে মাজনিশা ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন
AS-25-Z4980 নম্বৰৰ স্কুটিৰে আহি আছিল যুৱক দুজন
বিপৰীত দিশৰ পৰা অহা অচিনাক্ত বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত হয় দুৰ্ঘটনাটো
থিতাতে নিহত দ্বীপ দাস (২০) আৰু মিৰাজুল আলি (২১)
সংকটজনক অৱস্থাত চিৰঞ্জীত দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এজনক
ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে