
ধিং FRUৰ উপ অধীক্ষক ড০ মুকুট বৰাই কতব্যৰ্ত এগৰাকী নাৰ্চক ডিঙিত ধৰি চোঁচৰাই গতিয়াই দি কৰা দূ-ব্যৱহাৰৰ বিষয়ে সবিস্তাৰে GANA ADHIKAR DIGITAL ত বাতৰি সম্প্রচাৰ হোৱাৰ পিছতেই গা লৰিছে জিলা স্বাস্থ্য বিভাগৰ ।জিলা যুতীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা তদন্ত ঘোষণা কৰিছে ডাঃ মুকুট বৰাৰ বিৰুদ্ধে।তদন্তকাৰী দলটোৱে ২২ এপ্ৰিলত তদন্ত কৰিব ধিং এফ আৰ ইউ কাণ্ডৰ সমগ্ৰ বিষয় সন্দৰ্ভত ।কিন্তু ৰহস্যজনক ভাবে ছয় জনীয়া তদন্ত কমিটীত কোনো জিলা প্ৰশাসনৰ বিষয়াৰ নাই ।যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ধিং অঞ্চলত ।