Home স্থানীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকা প্ৰদান মনোজ হাজৰিকাৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকা প্ৰদান মনোজ হাজৰিকাৰ

157
0

গণ বাৰ্তা, পশ্চিম যোৰহাট, ৬ জুন : অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই পশ্চিম যোৰহাটৰ বৰখঙীয়া গাঁৱৰ নিবাসী তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মনোজ হাজৰিকাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ আৰ্থিক বৰঙণি আগবঢ়াইছে। কালি নিশা যুৱ নেতা গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here