Home স্থানীয় দৈনিক গণ অধিকাৰ কাকতৰ শিৱসাগৰৰ সাংবাদিক ফিৰোজ আহমেদৰ মাতৃৰ মতিউন নিচাৰ...

দৈনিক গণ অধিকাৰ কাকতৰ শিৱসাগৰৰ সাংবাদিক ফিৰোজ আহমেদৰ মাতৃৰ মতিউন নিচাৰ ইহলীলাবৰণ

121
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১ জুন : দৈনিক গণ অধিকাৰ কাকতৰ শিৱসাগৰৰ সাংবাদিক ফিৰোজ আহমেদৰ মাতৃ মতিউন নিচা সোমবাৰে নিশা প্ৰায় ৭:৫ মান বজাত শিৱসাগৰ আমগুৰি গাঁৱৰ নিজা বাসগৃহতে ইহলীলা বৰণ কৰে । বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৫ বছৰ । দুজন পুত্ৰ বোৱাৰী , তিনি জী জোঁৱাই নাতি নাতিনীকে আদি কৰি বহু পৰিয়াল এৰি থৈ যোৱা ধৰ্মপ্ৰাণ বয়োজ্যেষ্ঠ মহিলা গৰাকীৰ জানাজা আজি আমগুৰি গাঁৱৰ ৰাজহুৱা কবৰস্থানত সম্পন্ন কৰা হয় । বয়োজ্যেষ্ঠ মহিলা গৰাকীৰ মৃত্যুত উক্ত অঞ্চলত শোকৰ ছাঁ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here