Home Main Stories বজালীৰ পাঠশালাত উপস্হিত মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

বজালীৰ পাঠশালাত উপস্হিত মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

93
0

পাঠশালাৰ তপোবনৰ দিবাংগ শিশু সকলৰ লগত মত বিনিময় ফল মূল বিতৰণ ৰঞ্জিত দাসৰ

জালীৰ পৰা মৃন্ময় পাঠকৰ প্ৰতিবেদন :বজালীৰ পাঠশালাৰ শিশু গৃহ “তপোবনত” আজি উপস্থিত হয় মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।আজি মোদী চৰকাৰে ৭ টা বছৰ অতিক্ৰম কৰিলে।মোদী চৰকাৰৰ ৭ বছৰীয়া বৰ্ষপুৰ্তি অনুষ্ঠান হিচাপে কোভিডৰ বাবে পূৰ্বৰ দৰে অনুষ্ঠান অনুষ্ঠিত নকৰি সম্পুৰ্ণ কোভিড প্ৰট’কল মানি মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে তপোবন শিশু গৃহত উপস্হিত হৈ দিবাংগ সকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ বাবে কিছু জলপানৰো ব্যৱস্থা কৰে। আনহাতে ৰঞ্জিত দাসৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি তপোবনৰ শিশু সকলৰ পৰিচৰ্যাৰ বাবদ মাহিলী ২৫ হাজাৰ টকাকৈ আবন্টন দিয়াৰ কিছু অংশ টকা তপোবন শিশু গৃহৰ অধ্যক্ষৰ হাতত জমা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here