Home Main Stories মন্ত্রী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰীৰহৈ আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ ঘৰত উপস্থিত হৈ ...

মন্ত্রী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰীৰহৈ আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ ঘৰত উপস্থিত হৈ শোক সংবাদ পত্র প্ৰেৰণ

188
0

জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক,বুদ্ধিজীৱী,সাংবাদিক জনৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here