Home স্থানীয় অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এম্বুলেঞ্চ প্ৰদান

অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এম্বুলেঞ্চ প্ৰদান

28
0

দেৱজ্যোতি নাথ , টেঙাখাত ৮ জুন : কৰোনা কালীন পৰিস্থিতিৰ বাবে চৰকাৰী চিকিৎসালয়সমূহত এম্বুলেঞ্চকে আদি কৰি অন্যান্য কেতবোৰ বহু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰয়োজনীয়তালৈ লশষয় ৰাখি অইল ইণ্ডিয়া লিমিটেডে আনুষ্ঠানিকভাৱে এখন এম্বুলেন্স প্ৰদান কৰে। অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদীপ হাজৰিকা আৰু প্ৰাঞ্জল নেওঁগে চিকিৎসালয়খনৰ অধীক্ষয়ক ডা ফনীন্দ্ৰ সোনোৱালৰ হাতত এই এম্বুলেঞ্চ খন প্ৰদান কৰে। অনুষ্ঠানত টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া কুলেন্দু গোঁহাই আদি চিকিৎসালয় খনৰ বিষয়া কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here