শেহতীয়া খবৰ

শেহতীয়া খবৰ

ড’নাল্ড ট্ৰাম্পৰ সকিয়নিৰ পিছত ভাৰতে ৰপ্তানি কৰিবলৈ সাজু হাইড্ৰঅক্সিক্লৰ’কুইন

দৈনিক গণঅধিকাৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মেলিৰিয়া প্ৰতিশোধক হাইড্ৰক্সিক্ল’ৰকুইন নিদিলে তথা ৰপ্তানি নকৰিলে ভাৰতে কঠোৰ পৰিনাম ভূগিব লাগিব বুলি সকিয়নি দিয়াৰ কেইবাঘণ্টাৰ পিছতেই মঙলবাৰে  কেন্দ্ৰীয় চৰকাৰে কেইবাখনো দেশত পেৰাচিটামল আৰু মেলেৰিয়া প্ৰতিশোধক হাইড্ৰক্সিক্ল’ৰকুইন ৰপ্তানি কৰিবলৈ অস্থায়ীভাৱে অনুমতি প্ৰদান কৰিছে। হাইড্ৰক্সিক্ল’ৰকুইন মেলেৰিয়াৰ এক পুৰনি আৰু কম মূল্যৰ প্ৰতিশোধক ঔষধ। এই ঔষধ …

অধিক »

ল’ক ডাউন খোলাৰ পিছত বাহিৰৰ পৰা অহা অসমৰ লোকে ল’ব লাগিব পাৰ্মিট সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য

ভাইৰাছৰ সৈতে যুঁজিবলৈ ৰাজ্যত আছে ৩,৯৪১টা পি পি কিট এতিয়াৰে পৰা ঘৰত প্ৰ›স্তুত কৰিব পাৰিব ত্ৰিপ’ল লেয়াৰ মাস্ক দৈনিক গণঅধিকাৰঃ লকডাউন খোলাৰ পিছতে বহিঃৰাজ্যত থকা অসমৰ লোকসকল ঘূৰি অহাৰ সময়ত সৃষ্টি হ’বলগীয়া পৰিস্থিতি পূৰ্বেই সকলো প্ৰকাৰৰ পৰিকল্পনা প্ৰস্তুত কৰি তুলিছে স্বাস্থ্য বিভাগে। আজি এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই …

অধিক »

কোৰোনা ভাইৰাছ আমেৰিকাৰ চিৰিয়াখানাত বাঘৰ দেহত ধৰা পৰিল মাৰাত্মক কোৰোনা ভাইৰাছ

দেশৰ সকলো চিৰিয়াখানাত হাই এলাৰ্ট ঘোষণা দৈনিক গণঅধিকাৰঃ যি সময়ত কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰি আতংকৰ সৃষ্টি কৰিছে তেনে সময়ছোৱাতেই এই মাৰাত্মক ভাইৰাছবিধ জন্তুৰ দেহলৈয়ো বিয়পি পৰাক লৈ সমগ্ৰ বিশ্বত আন এক আতংকময় পৰিৱেশে চানি ধৰিছে। আমেৰিকাৰ এখন চিৰিয়াখানত এটা বাঘৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছ ধৰা পৰাৰ …

অধিক »