Monday , August 10 2020
শেহতীয়া খবৰ

শেহতীয়া খবৰ

জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ চাহ কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ; ৭ খন চাহ বাগিচাত কৰ্মচাৰীৰ ধৰ্মঘট

গণ বাৰ্তা: ডুমডুমা, ২৯ জুলাইঃ বহুজাতিক চাহ কোম্পানী জে’মছ ৱাৰেন টী লিমিটেডৰ চাহ কৰ্মচাৰীসকলক মালিক পক্ষই বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ চাহ কোম্পানীটোৰ অধীনষ্ঠ তিনিচুকীয়া জিলাৰ ডুমডুমা চাৰ্কোলৰ দৈদাম, দিয়ামুলী, টিপুক, টিংৰাই চাৰ্কোলৰ ৰাজআলি, জ’লনি, বালিজান, আৰু শিৱসাগৰ জিলাৰ মৰাণ চাৰ্কোলৰ থাওৰা চাহ বাগিছাৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনিয়া সমস্যা সমূহ সামাধানৰ …

অধিক »

ডুমডুমাৰ অভিনেত্ৰী নিৰ্মালি কোঁৱৰৰ মৃত্যু, শোক

গণ বাৰ্তা : ডুমডুমা: ২৯ জুলাইঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিং নিবাসী, বিশিষ্ট অভিনেত্ৰী, নৃত্য শিল্পী নিৰ্মালি কোঁৱৰৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি  মঞ্চ অভিনেত্ৰী নিৰ্মালী কোঁৱৰে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। অভিনেত্ৰী গৰাকীৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙৰ  নিজ বাসগৃহত কালি সন্ধিয়া মৃত্যু হয় ৷ চিকিৎসাধীন …

অধিক »

ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকীয়া কৰাৰ  চেষ্টা কেন্দ্ৰীয় চৰকাৰৰঃ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত বিস্ফোৰক মন্তব্য

নতুন দিল্লী, ২৮ জুলাই ঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এনে বিস্ফোৰক কথা উল্লেখ আছে ভাৰতৰ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত। এইগৰাকী অৰ্থনীতিবিদৰ “Quest for Restoring Financial Stability in India” নামৰ গ্ৰন্থখনত ওপৰোক্ত বিস্ফোৰক মন্তব্য উল্লেখ থকাৰ লগতে এই কথা প্ৰকাশ কৰিছে যে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা …

অধিক »