শেহতীয়া খবৰ

শেহতীয়া খবৰ

ভাৰতত কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫০০ লৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ লকডাউনৰ মাজতে ভাৰতত কোৰোনা ভাইৰাছৰ প্ৰকোপ অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত ভাৰতত কোৰোনা ভাইৰাছৰ আক্ৰান্তত ১৩৪জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে ৩৭২২ জন লোক আক্ৰান্ত হৈছে। ভাৰতত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫৪৯জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আগ্ৰান্তৰ সংখ্যা ৭৮,০০৩ জনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৪৯,২১৯ জন লোকৰ চিকিৎসা …

অধিক »

ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পি এম কিষাণৰ ধন, সংবাদ মেলত কঠোৰ কৃষিমন্ত্ৰী অতুল বৰা

কেলেংকাৰীত নিমজ্জিত কাকো ৰেহাই দিয়া নহ’ব,লকডাউনৰ সময়ত কৃষকৰ একাউণ্টত সোমাইছে ৪৭৫ কোটি দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ পি এম কিষাণ যোজনাৰ ধন ভুৱা হিতাধিকাৰীয়ে লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যত চলা কৃষি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কৃষিমন্ত্ৰী অতুল বৰা। আজি জনতা ভৱনত এক সংবাদমেলত এই কথা স্পষ্ট কৰি দি কৃষিমন্ত্ৰীগৰাকীয়ে …

অধিক »

৪৮২ যাত্ৰী লৈ ডিব্ৰুগড় ষ্টেচনত উপস্থিত ৰাজধানী এক্সপ্ৰেছ

দৈনিক গণঅধিকাৰ, ডিব্ৰুগড়ঃ অৱশেষত আজি ডিব্ৰুগড়ত উপস্থিত হ’ল দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰাজধানী এক্সপ্ৰেছ। ৩ দিনৰ পিছত ০২৪২৪ নম্বৰৰ বিশেষ যাত্ৰীবাহী ৰে’লখন আজি পুৱা ৭.৪৫ বজাত ডিব্ৰুগড় বাণীপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হয়। লকডাউনৰ বাবে আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰা বিশেষ ৰে’লখনক লৈ ব্যাপক সতৰ্কতা দেখা গ’ল ডিব্ৰুগড় …

অধিক »