শেহতীয়া খবৰ

শেহতীয়া খবৰ

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

দৈনিক গণঅধিকাৰ, বৰহোলাঃ কেন্দ্ৰীয় চৰকাৰৰ পে’ট্ৰলিয়াম মন্ত্ৰালয়ে অসমৰ ১১ খন তৈল ক্ষেত্ৰৰ ৭ খন তৈল ক্ষেত্ৰ লকডাউনৰ সুবিধা লৈ ব্যক্তিগত কৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই বৰহোলা শিলডুবিস্থ জিজিএচৰ সন্মুখত সামাজিক ব্যৱধান ৰক্ষা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। “কেন্দ্ৰীয় চৰকাৰ হায় হায়”, …

অধিক »

লখিমপুৰত আমছুৰ তীব্ৰ ক্ষোভ, সমষ্টি পুনঃ নিৰ্ধাৰণৰ জৰিয়তে ২১ ৰ ৰাজনৈতিক অংক কৰিছে বিজেপিয়ে

দৈনিক গণঅধিকাৰ, লখিমপুৰঃ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আমছুৰ। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ বিৰোধিতা কৰি লখিমপুৰত আমছুৰ সংবাদমেল। সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ অভিযোগ- ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব বিচাৰিছে। বিজেপিয়ে দখল কৰিব নোৱাৰা কেতবোৰ সমষ্টিক এই প্ৰক্ৰিয়াৰ জৰিয়তে ২১ বিধানসভা নিৰ্বাচনত …

অধিক »

১ জুনৰ পৰা ধৰ্মীয় স্থ’লসমূহ মুকলি হ’ব পশ্চিমবংগত

নতুন দিল্লীঃ দেশত পঞ্চম পৰ্যায়ৰ লকডাউন বলবৎ হ’বনে নাই সেইলৈ দেশজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়ছোৱাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ধৰ্মীয় স্থানসমূহ মুকলি কৰা হ’ব। পহিলা জুনৰ পৰাই ৰাজ্যৰ সকলো মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ দুৱাৰসমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে। মমতা বেনাৰ্জীয়ে আজি …

অধিক »