শেহতীয়া খবৰ

শেহতীয়া খবৰ

ধমধমাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিআৰক্ষীৰ লাঠি চালনা

গণ অধিকাৰ, ধমধমাঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ‌কৰোনা ভাইৰাছৰ আতংকই যেন ধমধমা অঞ্চল সম্পূৰ্ণৰূপে বন্ধ কৰি তুলিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান  জনোৱা সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন কাৰ্যসূচী ধমধমাবাসী ৰাইজে সহাৰি জনালে। লকডাউন মাজতে একাংশ লোকে গাঁৱৰ পথত বাঁহ বান্ধি গাঁৱৰ ভিতৰলৈ বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে। অঞ্চলটোৰ গেলামাল দোকানৰ …

অধিক »

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ গৌতম গম্ভীৰে আগবঢ়াব দুবছৰৰ দৰমহা

ডিজিটেল ডেস্কঃ সৰ্বেত্ৰে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষতো এতিয়া ক’ৰোণা ভাইৰাছে ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে।ভাৰতবৰ্ষতো এতিয়ালৈকে ২৫৬৭ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি আনহাতে ৭২জনৰ মৃত্যু হৈছে৷  ইতিমধ্যে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন জনে আগবঢ়াইছে অনুদান। ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে প্ৰধানমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াব দুবছৰৰ দৰমহা। টুইটাৰ যোগে …

অধিক »

ভাৰতত ২৪ ঘণ্টাত ১৪ ৰোগীৰ মৃত্যু এতিয়ালৈ কোৰোনাত আক্ৰান্ত ২,৫৬৭ জন

২৪ ঘণ্টাত চিনাক্ত ২৪ জন নতুন ৰোগী দৈনিক গণঅধিকাৰঃ মাৰাত্মক কোৰোনা ভাইৰাছে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰি উঠিছে। দেশত ক্ৰমান্বয়ে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। লগতে এই মাৰাত্মক ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত কোৰোনা ভাইৰাছে এতিয়ালৈ দ্বিতীয় পৰ্যায় তথা দ্বিতীয় স্তৰত আছে যদিও দেশবাসীৰ …

অধিক »