Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় লাভলীনালৈ ১.৯ কোটি টকাৰ হেণ্ড গ্লু’ভছ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

লাভলীনালৈ ১.৯ কোটি টকাৰ হেণ্ড গ্লু’ভছ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

100
0

গণবাৰ্তা , ১৮ ছেপ্তেম্বৰ :অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ হিচাপে লাভলীনাক দিছিল হেণ্ড গ্লু’ভছযোৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা এই উপহাৰসমূহৰ নিলাম আৰম্ভ কৰিছিল। নিলামৰ প্ৰথম দিনাই ১.৯ কোটি টকা ধাৰ্য হয় লাভলীনাৰ হেণ্ড গ্লু’ভছৰ। গ্লুভছযোৰৰ বেষ্ট প্ৰাইজ আছিল ৮০ লাখ।নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ সোণৰ পদক আজোৰা জেভলীন।  ইয়াৰ মূল্য নিৰ্ধাৰণ হয় ১.৫৫ কোটি টকা। নিলামৰ এই প্ৰথম দিনাই আকাশলংঘী মূল্য লাভ কৰে দুই অলিম্পিক বিজয়ীৰ ক্ৰীড়া সঁজুলীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here