Home অসম অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে

122
0

গণৰ্বাতা , ১৭ জুন : আজি প্ৰধানমন্ত্ৰী মোডীয়ে ফোনত বুজ ল’লে অসমৰ বান পৰিস্থিতি। পুৱাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে প্রধানমন্ত্রী মোডীয়ে।
অসমক সকলো ধৰণে সহায় কৰিব বুলি আশ্বাস দিলে মোডীয়ে।টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here