Home অসম মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা

মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা

141
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ ছেপ্টেম্বৰ ঃ সাহিত্য অকাডেমীয়ে আজি অনুবাদ সাহিত্য বঁটা ঘোষণা কৰে। অসমীয়া ভাষাৰ বাবে অনুবাদ সাহিত্য বঁটা লাভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা সুবক্তা, কবি, অনুবাদক ড০ দিগন্ত বিশ্ব শৰ্মাই। ‘ভাৰতীয়  সংস্কৃতিৰ ভেটি’ শীৰ্ষ অনুবাদ গ্ৰন্থৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে। বড়ো ভাষাত অনুবাদ বঁটা লাভ কৰিছে কামেশ্বৰ ব্ৰহ্মই। এই বঁটাপ্ৰাপকক সাহিত্য অকাডেমীৰ তৰফৰ পৰা ৫০ হাজাৰ টকাৰে পুৰস্কাৰ প্ৰদান কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here