Home Uncategorized সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে অসমৰ বিজেপি প্ৰাৰ্থী হ’ব

সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে অসমৰ বিজেপি প্ৰাৰ্থী হ’ব

207
0

গণবাৰ্তা , ১৮ ছেপ্তেম্বৰ : বিশ্বজিত দৈমাৰীৰ পদত্যাগৰ পাছতে খালী হৈ আছিল ৰাজ্যসভাৰ এখন আসন। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ঘোষণা কৰিলে সৰ্বানন্দ সোণোৱালৰ নাম। ৰাজ্যসভাৰ উপনিৰ্বাচনৰ বাবে অসমৰ বিজেপি প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল। ইপিনে অসমৰ লগতে মধ্য প্ৰদেশৰো ৰাজ্যসভাৰ আসনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ আসনখনৰ বাবে ডাঃ এল মুৰুগানৰ নাম চূড়ান্ত। শনিবাৰে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি দলটোৰ কেন্দ্ৰীয় নেতৃত্বই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here