শেহতীয়া খবৰ

Tag Archives: Assam Covid18 Situation

 যোৰহাটৰ এ টি ৰোডস্থিত ইণ্ডিয়ান বেংকত  সামাজিক দূৰত্ব উলংঘা একাংশ গ্ৰাহকৰ 

গণবাৰ্তা বিশেষ,যোৰহাট : ৰাজ্যত ক’ৰোণা আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা সময়তে একাংশ কাণ্ডজ্ঞানহীন ৰাইজৰ কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক| ক’ৰোনা মহামাৰীৰ ভয়ংকৰ ছবি খনৰ বিষয়ে অজ্ঞতাৰ বাবে এচামে চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নিজৰ খেয়াল খুচি মতেই সকসো কাম কৰি গৈছে| আজি তেনে এক ভয়ংকৰ ছবি দেখিবলৈ …

অধিক »

ভাৰতত কোৰোনাৰ বিভীষিকা অব্যাহত

অসমত ভয়াৱহভাৱে ৭০৪ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহভাৱে অধিক হাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৫১৪৭৬ জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪৩৪৬ জন আৰু সুস্থ হৈ উঠিছে ৬৪৪২৬ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত …

অধিক »

অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি

অতি ভয়ংকৰভাৱে অসমত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। নিশা পুনৰ ৩ জন লোকৰ দেহত কোৰোনা ভাইৰাচৰ সংক্ৰমণ ধৰা পৰে। উক্ত লোককেইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা বুলি জানিব পৰা গৈছে।

অধিক »