শেহতীয়া খবৰ

Tag Archives: Assam Health Minister

Video বিশ্বনাথত আজি স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসন তথা জিলা প্ৰশাসনৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

আজি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসন তথা জিলা প্ৰশাসনৰ সৈতে আজি বিশ্বনাথ চাৰিআলিত এখন বৈঠকত মিলিত হৈ কোভিড-১৯ সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে। উক্ত বৈঠকত মন্ত্ৰী ৰঞ্জিৎ দত্ত, পীযুষ হাজৰিকা,  সাংসদ পল্লৱলোচন দাসৰ লগতে  কেবাগৰাকী বিধায়ক উপস্থিত থাকে। কোৱাৰেণ্টাইনসকলক হিমন্তৰ সকিয়নী 🔴📹 | বিশ্বনাথত ৰাজ্যৰ স্বাস্ত্য …

অধিক »

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ …

অধিক »