শেহতীয়া খবৰ

Tag Archives: Assam Higher Secondary Exam

আমগুৰিলৈ সুনাম কঢ়িয়াই বিজ্ঞান শাখাত শিৱানুজৰ নৱম স্থান:

গণ বার্তা, আমগুৰি ২৫ জুন : আমগুৰি অৰুনোদয় একাডেমিৰ ছাত্ৰ শিৱানুজ বৰকটকীয়ে বিজ্ঞান শাখাত নৱম স্থান লাভ কৰিছে৷ আমগুৰি ব্ৰাক্ষ্মণ গাৱঁৰ সঞ্জীৱ বৰকটকী আৰু কমলা ক্ষী বৰকটকী ৰ পুত্ৰ শিৱানুজৰ মুঠ নম্বৰ ৪৭৪ ৷ ভৱিষ্যতে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰাৰ  লক্ষ্য থকা শিৱানুজৰ মাৰ্কচিট খন পৰ্দাথ বিদ্যা ৯৮ ,ৰসায়ন বিজ্ঞান ৯৮,ইংৰাজী ৯৩,ঐছিক …

অধিক »

বাণিজ্যৰ অষ্টম স্থানত শিৱসাগৰৰ মেঘা মজুমদাৰ

গণ বার্তা, শিৱসাগৰ  : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা বাণিজ্য শাখাত মেঘা মজুমদাৰে অষ্টম স্থান লাভ কৰিছে। শিৱসাগৰ নগৰৰ বাবুপট্টিৰ পেছাত এগৰাকী স্বৰ্ণকাৰ দিলীপ মজুমদাৰ আৰু সীমা মজুমদাৰৰ কনিষ্ঠা কন্যা মেঘা। ঘোষণা কৰা ফলাফলত মেঘা মজুমদাৰে মুঠ ৪৫৩ নম্বৰ লাভ কৰিছে। ইংৰাজী, অলটাৰনেট ইংৰাজী, একাউণ্টেঞ্চি, বেংকিং, …

অধিক »

তিনিটা স্থান দখল কৰি যোৰহাটক  উজ্বলালে  তিনি শিক্ষার্থীয়ে     

নেকিব আহমেদ, যোৰহাট , ২৫ জুন : বিহস্পতিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত   পঞ্চম, ষষ্ঠ আৰু দশম স্থান দখল কৰি  যোৰহাটলৈ   গৌৰৱ কঢ়িয়াই আনি যোৰহাটক উজ্বলালে  তিনি শিক্ষার্থীয়ে ।  যোৰহাট জে ,বি, মহাবিদ্যালয় বাণিজ্য শাখাৰ পঞ্চম স্থান দখল কৰিছে  অংকুৰজ্যোতি ভূঞাই , যোৰহাটৰ ক্ৰেছেন্ট একাডেমীৰ কলা শাখাৰ পৰা …

অধিক »

কঠীয়াতলীলৈ গৌৰৱ কঢ়িয়াই আনিছে বহু পৰীক্ষাৰ্থীয়ে

কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা, ২৫ জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত  অঞ্চলৰ বহু পৰীক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়াই আনিছে।সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত নগাওঁ জিলাৰ কঠীয়াতলী অঞ্চললৈ প্ৰথম বাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে শ্বৱনম গুঞ্জন বৰাই। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় নগাওঁ ৰ পৰা সকলো বিষয়ত লেটাৰ মাৰ্ক সহ মুঠ ৪৭৬ নম্বৰ লাভ …

অধিক »