Browsing Tag

Assam

ব্ৰহ্মপুত্ৰৰ জৰিয়তে আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ কৰাৰ ইতিহাস সৃষ্টি

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে নিৰ্ধাৰিত আটাইতকৈ গধুৰ বৃহৎ আকৃতিৰ যন্ত্ৰ সম্প্ৰতি পৰিবহণ কৰি আছে। মুঠ তিনিটা বৃহৎ আকৃতিৰ যন্ত্ৰৰ

কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত ‘দেশভক্তি দিৱস’ পালন

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 'দেশভক্তি দিৱস' পালন কৰি স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকনক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰা হয়৷

জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত…

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত তৃতীয়বাৰৰ বাবে আয়োজিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে

বটদ্ৰৱাৰ ডুমডুমীয়াত আমছুৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিশাল প্ৰতিবাদী সভা।

ছেলিম আহমেদ, বটদ্ৰৱাঃ ৰাজ্যৰ সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰকাশ কৰাৰ পিছত চলি আছে আপত্তি প্ৰদান কৰা প্ৰক্ৰিয়া। সমষ্টিৰ খচৰাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই শুক্ৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ

১২ ৰাজ্যৰ ১২৪ টা সমষ্টি দখলৰ পৰিকল্পনা বিজেপিৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটীঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। পুনৰবাৰ দিল্লীৰ মছনদ দখলৰ ৰণনীতি প্ৰস্তুত কৰিছে মোদী চৰকাৰে। প্ৰতিখন ৰাজ্যতেই এতিয়া বিজেপিয়ে শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সর্বোচ্চ উজাৰি

৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘোষণা ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটীঃ অহা ৩০ জুলাইত অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰা হ'ব বুলি সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লোকসভাৰ অধ্যক্ষই অসম বিধানসভাৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে

ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়মঃ এতিয়া সহজতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স পাবলৈ ড্ৰাইভিং টেষ্টৰ প্ৰয়োজন নাই৷ ড্ৰাইভিং লাইচেন্স লোৱাটো এতিয়া অতি সহজ হৈ পৰিছে। কেন্দ্রীয় চৰকাৰে কিছু নিয়ম সলনি কৰিছে, তাৰ পাছত সাধাৰণ মানুহজনে ড্ৰাইভিং লাইচেন্সৰ বাবে আৰ টি অ’লৈ যোৱাৰ

বানমূখত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা

বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানৰ আৰু ইনভেটিভ এণ্ড কমিউনিটি হাবৰ উদ্যোগত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিবেশ প্ৰদূষণৰ সন্দৰ্ভত আজি এখনি সজাগতা সভা আৰু কৰ্মশালা সম্পন্ন হৈ যায় । বৃহত্তৰ কোৱৰপুৰ মৌজাৰ অন্তৰ্গত বানমূখ উচ্চতৰ

ৰাজ্যৰ ৩০০খন মাদ্ৰাছাত ওলমিব তলা। ইতিমধ্যে তালিকা চূড়ান্ত হৈছে : মুখ্যমন্ত্ৰী

তিনিচুকীয়া জিলাৰ বৰগুৰিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি Bhabesh kalita ভৱেশ কলিতা উপস্থিতিত, মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ইশুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত দলীয় কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'।

জোনমনি ৰাভাৰ সেই গান গোৱা আৰু গোৱা নহল ….

সামাজিক মাধ্য়মত গৰিমা গাৰ্গৰ এক বিশেষ ফেচবুক পোষ্ট... একেবাৰে অবিশ্বাস্য !! সৌ সিদিনা ১৩ মে' তাৰিখে নগাঁওৰ নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালো তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গুচি গʼল । মাত্ৰ দুটা