Browsing Tag

Assam

শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংঘালৰ

বাহিনী নদীৰ পানী শিলসাঁকো বিললৈ বোৱাই অনা প্ৰক্ৰিয়াৰ আৰ্হি প্ৰত্যক্ষ কৰাৰ লগতে বোন্দাজান পাম্পিং হাউচো পৰিদৰ্শন কৰিলে মন্ত্ৰী সিংহলে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শিলসাঁকো বিলৰ চৌহদত

এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট।

অসমত সুৰক্ষিত নহয় নাৰী। ফকিৰগঞ্জ আৰক্ষীয়ে নিশা অভিযান চলাই বিভিন্ন ঠাইৰ পৰা ৪ জন কৈ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট। ৰাজ্যত প্ৰতিদিনেই নাৰী নিৰ্যাতন , নাৰী ধৰ্ষণ, নাৰীক মানসিক

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ…

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। নাৰায়ণপুৰত অংশ ল'ব কেইবাটাও কাৰ্যসূচীত। আজি মুকলি হ'ব বহু আকাংক্ষিত নাৰায়ণপুৰত নিৰ্মিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ পূর্ণ হোৱাৰ প্রাকক্ষণত আজি পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত

“ভৌগলিক সূচাংক সজাগতা” শীৰ্ষক কৰ্মশালা আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল…

ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰী এবিধে উৎপাদন হোৱা অঞ্চলটোক বিশ্বৰ বজাৰত সুকীয়া পৰিচয় দি আহিছে আৰু ইয়াৰ সৈতে জড়িত কৃষক, উদ্যোগী তথা সংশ্লিষ্ট সকলোকে সামগ্ৰীবিধৰ ওপৰত আইনগত অধিকাৰ তথা সুৰক্ষা প্ৰদানেৰে যথেষ্ট উপকৃত কৰে। অঞ্চলটোৰ কৃষক

মাজুলিৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত

মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত। শোনিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দূৰ্ঘটনা । গাড়ীখনত বিধায়কগৰাকীৰ লগত আছিল পত্নী আৰু গাড়ীচালক। বিধায়ক গৰাকীক বালিপৰা চিকিৎসালয়ত ভৰ্তি ।

অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি

গুৱাহাটী : গোৰ্খা উন্নয়ন পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমী, গুৱাহাটীয়ে ৯ মে’, ২০২৩ তাৰিখে চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত গোৰ্খা সম্প্ৰদায়ৰ ইউপিএছচি/এপিএছচি প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ পৰিসৰত সদৌ অসম

পৰ্যটকৰ বাবে বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান…

আপুনি মানস ৰাষ্ট্ৰীয় উদ্যানত যাব বিচাৰিছে নেকি ? যোৱাৰ পূৰ্বে এই কথা মনত ৰাখক । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে এক বিশেষ জাননী । প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ'ব।

তোলনীয়া সন্তানক যৌন নিৰ্যাতন ! ডাঃ সংগীতা দত্তৰ ঘৰৰ ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ আৰক্ষীৰ ।

ডাঃ সংগীতা দত্তৰ ঘৰত আছিল ৩২টা চি চি টিভি ! এই ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে । এই চি চি টিভিত বন্দী চেলিব্ৰিটি চিকিৎসকৰ নৃশংসতাৰ বহু দৃশ্য... তোলনীয়া সন্তানক যৌন নিৰ্যাতন! নিশা চিকিৎসক দম্পতিক মাৰাথান জেৰা শীৰ্ষ

আজি ৰবীন্দ্ৰ জয়ন্তী ।এছিয়া মহাদেশৰ প্ৰথম গৰাকী ”ন’বেল বঁটা ”লাভ কৰা ব্যক্তিক…

দেশৰ প্ৰথম গৰাকী ন'বেল বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় সংগীতৰ ৰচক তথা একেধাৰে গল্পকাৰ, গীতিকাৰ, ঔপন্যাসিক, সুৰকাৰ, নাট্যকাৰ আৰু দার্শনিক লগতে সমগ্ৰ বিশ্বত কবিগুৰু নামেৰে প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ আজি জন্মজয়ন্তী। কবিগুৰু ৰবীন্দ্ৰনাথ