শেহতীয়া খবৰ

Tag Archives: Covid_19

Video | যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত দুজন কৰ্মচাৰী কোৰো’নাত আক্ৰান্ত।

আৰক্ষী অধীক্ষকসহ কাৰ্য্যালয়টোৰ সকলো কৰ্মচাৰী হোম কোৱাৰেনটাইণ্টত। যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কার্যলয়ত কি হৈছে , জিলা উপায়ুক্তই কি ক'লে । চাওক এই প্ৰতিবেদন । Ganaadhikar. Com | Print Daily : Dainik Gana Adhikar Posted by Gana Adhikar on Friday, 3 July 2020 গণ বার্তা, গণ বার্তা বিশেষ. যোৰহাট, ৪ জুলাই : গণ …

অধিক »

ক’লকাতাৰ পৰা অহা যুৱতীক নিজ ৰাজ্য নগালেণ্ডত প্ৰৱেশ নিষিদ্ধ নগালেণ্ড প্ৰশাসনৰ

১৮ ঘন্টা অকলসৰে কটালে যুৱতীগৰাকীয়ে      গণ বাৰ্তা, নকছাৰি : ক’লকাতাৰ দমদম বিমান বন্দৰত ব্যক্তিগত খণ্ডত কৰ্মৰত এগৰাকী যুৱতীয়ে বুধবাৰে বিমানযোগে যোৰহাটত উপস্থিত হোৱাৰ পিছত স্বাস্থ্যবিভাগে যাৱতীয় পৰীক্ষা যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰত সম্পন্ন  কৰাৰ পাছত যুৱতী গৰাকীয়ে এখন ব্যক্তিগত এম্বুলেঞ্চ যোগে মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তৰ চুটাফলা গেটত নিশা  ১২ …

অধিক »

দেশত অতি ভয়াৱহ দিশে গতি কৰিছে কোৰোনা মহামাৰীয়ে

 ৪,৯০,৪০১জনলৈ বৃদ্ধি আকান্তৰ সংখ্যা   গুৱাহাটী : দেশত ক্ৰমাৎ অতি ভয়াৱহৰ ৰৃপ ধাৰণ কৰিছে কোৰোনা মহামাৰীয়ে। দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ১৭,২৯৬জন লোক কোৰোনা ভাইৰাছত আক্রান্ত হয় আৰু ৪০৭ জনৰ প্রাণহানি হয়। দেশত কোৰোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫,৩০১জনলৈ বৃদ্ধি পাইছে। …

অধিক »

এখন বিয়াই কঁপাইছে যোৰহাট

গণ বার্তা ,যোৰহাট, ২৫  জুনঃ  এখন বিয়াই এতিয়া কঁপাইছে যোৰহাট নগৰ । যোৰহাটৰ কোৰো’না সংক্ৰমণৰ অন্যতম স্থান ৰূপে যেন পৰিগণিত হবলৈ গৈ আছে এতিয়া এইখন বিয়া। আনকি যোৰহাট জিলা প্ৰশাসন বাধ্য হৈছে দৰা কইনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ। বিগত ১৬ জুনত অনুষ্ঠিত হৈছিল এই বিয়াখন। জিলা প্ৰশাসনৰ সকলো নীতি …

অধিক »

ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াবহভাৱে ৬০৫৬ জনলৈ বৃদ্ধি

ৰাজ্যত ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাই কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৬০৫৬ জন। গুৱাহাটীকে ধৰি আন আন জিলাত দৈনিক শ শ লোক আক্ৰান্ত হৈছে। আজি নতুনকৈ ২০৩জনৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰে। অৱশ্যে আজি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১৯৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া …

অধিক »

জে, এম,চিৰ পৰা সুস্থ হোৱা ৯ জন কোৰোনা আক্ৰান্ত ৰোগীক ৰিলিজ

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট  : যোৱা শনি আৰু দেওবাৰে মুঠ ৯ জন সুস্থ হৈ উঠা কোৰো’না আক্ৰান্ত ৰোগীক যোৰহাট মেডিকেল কলেজৰ কভিড  হস্পিতালৰ পৰা ৰিলিজ কৰা হয় । শনিবাৰে ৭ জনক ৰিলিজ দিয়াৰ লগতে দেওবাৰে ২ জনক ৰিলিজ দিয়ে। তেওঁলোকৰ টেষ্ট ৰিপৰ্ট নিগেটিভ অহাৰ বাবেই হস্পিতালৰ পৰা ৰিলিজ দিয়া হয় বুলি …

অধিক »

ভাৰতত কোৰোনাৰ সংহাৰী ৰূপ অব্যাহত। প্ৰতি মিনিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়ংকৰভাবে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৪৪১১৮জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪১১৭ জন আৰু সুস্থ হৈ উঠিছে ৫৯৯১৩ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। এতিয়ালৈকে অসমত ৫৩৯ জন লোকৰ দেহত …

অধিক »