শেহতীয়া খবৰ

Tag Archives: India

ভাৰতত প্ৰতি মুহূৰ্তত ভয়াৱহভাবে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা

গুৱাহাটী : যোৱা ২৪ঘণ্টাত ভাৰতত সৰ্বাধিক ১৯,৯০৬জন লোক কোৰোনা ভাইৰাছত আক্রান্ত হয় আৰু ৪১০ জনৰ প্রাণহানি হয়।দেশত কোৰোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬,০৯৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতত এতিয়া মুঠ কোৰোনা আক্রান্তৰ সংখ্যা ৫,২৮,৮৫৯ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৩,০৯,৭১২জন লোক কোৰোনাৰ পৰা সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত ১৩,৮৩২জন সুস্থ …

অধিক »

দেশত অতি ভয়াৱহ দিশে গতি কৰিছে কোৰোনা মহামাৰীয়ে

 ৪,৯০,৪০১জনলৈ বৃদ্ধি আকান্তৰ সংখ্যা   গুৱাহাটী : দেশত ক্ৰমাৎ অতি ভয়াৱহৰ ৰৃপ ধাৰণ কৰিছে কোৰোনা মহামাৰীয়ে। দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ১৭,২৯৬জন লোক কোৰোনা ভাইৰাছত আক্রান্ত হয় আৰু ৪০৭ জনৰ প্রাণহানি হয়। দেশত কোৰোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫,৩০১জনলৈ বৃদ্ধি পাইছে। …

অধিক »

Video | ভাৰত-চীন সেনাৰ মাজত সংঘৰ্ষ, সেনা বিষয়াসহ দুজন জোৱান শ্বহীদ

ভাৰত-চীন সেনাৰ মাজত আকৌ সংঘৰ্ষ ঘটনাৰ খবৰ আহি পৰিছে। ঘটনাটো সংঘটিত হৈছে সোমবাৰৰ নিশা পূব লাডাখৰ গলৱান এলেকাত। উক্ত সংৰ্ঘষত এজন সেনা বিষয়াকে ধৰি দুজন জোৱান শ্বহীদ হয়। অৱশ্যে  দুয়োখন ৰাষ্ট্ৰৰ সেনা বিষয়াসকলৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে আলোচনা অব্যাহত ৰাখিছে। এতিয়ালৈকে জানিব পৰা হোৱা নাই চীনৰ ক্ষয় ক্ষতিৰ বিষয়ে। Indian …

অধিক »

ভাৰতত কোৰোনাৰ বিভীষিকা অব্যাহত

অসমত ভয়াৱহভাৱে ৭০৪ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহভাৱে অধিক হাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৫১৪৭৬ জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪৩৪৬ জন আৰু সুস্থ হৈ উঠিছে ৬৪৪২৬ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত …

অধিক »

ভাৰতত কোৰোনাৰ সংহাৰী ৰূপ অব্যাহত। প্ৰতি মিনিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়ংকৰভাবে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৪৪১১৮জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪১১৭ জন আৰু সুস্থ হৈ উঠিছে ৫৯৯১৩ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। এতিয়ালৈকে অসমত ৫৩৯ জন লোকৰ দেহত …

অধিক »

কেন্দ্ৰীয়ই ৰাজ্য চৰকাৰ সমূহক জনায় যে চিকিৎসা, ৰে’ল সেৱা আৰু আন আন সুবিধাবোৰ সহযোগ কৰাত

নতুন দিল্লী : দেশত কোৰোনা ভাইৰাচৰ আতংকৰ বাবে হৈ থকা লকডাউনৰ সময়ছোৱাত কেন্দ্ৰই সময়ে সময়ে ৰাজ্য চৰকাৰসমূহক গাইডলাইন যোগে। গৃহ মন্ত্ৰলায়ে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ প্ৰবাসী শ্ৰমিকৰ বাবে অধিক “শ্ৰমিক” বিশেষ ৰেল চলাচলত ৰেল বিভাগৰ সৈতে সহযোগ কৰাত  সহায় কৰে। লগতে কেন্দ্ৰই এইটো নিশ্চিত কৰিবলৈ কয় যে প্ৰবাসী …

অধিক »