Wednesday , September 23 2020
শেহতীয়া খবৰ

Tag Archives: Indian Home Ministry Guidelines

দেশত ৩১ মে’লৈ বৃদ্ধি লকডাউন

দেশত ভয়াবহভাৱে প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈকে দেশত ৯২২৩৯ জন লোক কোৰোনাত আকান্ত হৈছে। ইয়াৰে মৃত্যু ঘটিছে ২৯১১ জন। দেশত কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰালয়ে আজি ৩১ মে’লৈ লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে। উল্লেখ্য যে গধুলি ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্যআইন বলবৎ কৰা হৈছে। …

অধিক »