Sunday , September 20 2020
শেহতীয়া খবৰ

Tag Archives: Jorhat Medical College

জে, এম,চিৰ পৰা সুস্থ হোৱা ৯ জন কোৰোনা আক্ৰান্ত ৰোগীক ৰিলিজ

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট  : যোৱা শনি আৰু দেওবাৰে মুঠ ৯ জন সুস্থ হৈ উঠা কোৰো’না আক্ৰান্ত ৰোগীক যোৰহাট মেডিকেল কলেজৰ কভিড  হস্পিতালৰ পৰা ৰিলিজ কৰা হয় । শনিবাৰে ৭ জনক ৰিলিজ দিয়াৰ লগতে দেওবাৰে ২ জনক ৰিলিজ দিয়ে। তেওঁলোকৰ টেষ্ট ৰিপৰ্ট নিগেটিভ অহাৰ বাবেই হস্পিতালৰ পৰা ৰিলিজ দিয়া হয় বুলি …

অধিক »

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ …

অধিক »