Monday , August 10 2020
শেহতীয়া খবৰ

Tag Archives: Jorhat

Video | যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত দুজন কৰ্মচাৰী কোৰো’নাত আক্ৰান্ত।

আৰক্ষী অধীক্ষকসহ কাৰ্য্যালয়টোৰ সকলো কৰ্মচাৰী হোম কোৱাৰেনটাইণ্টত। যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কার্যলয়ত কি হৈছে , জিলা উপায়ুক্তই কি ক'লে । চাওক এই প্ৰতিবেদন । Ganaadhikar. Com | Print Daily : Dainik Gana Adhikar Posted by Gana Adhikar on Friday, 3 July 2020 গণ বার্তা, গণ বার্তা বিশেষ. যোৰহাট, ৪ জুলাই : গণ …

অধিক »

যোৰহাটত লক ডাউনৰ প্ৰতি সঁহাৰি ৰাইজৰ : সৰ্বাত্মক বন্ধ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২৭ জুন :  ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰা  নিৰ্দেশ অনুসৰি  দুদিনীয়া লক ডাউন, কালিৰ পুৱা ৭ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে  যোৰহাটতো সৰ্বাত্মক বন্ধ হোৱা পৰিলক্ষিত হয় ।  চৰকাৰ আৰু জিলা প্ৰশাসনক সঁহাৰি জনাই কালি যোৰহাটত চৰকাৰী, বেচকাৰী,দোকান, বজাৰ ,যাতায়ত চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ।  …

অধিক »

এখন বিয়াই কঁপাইছে যোৰহাট

গণ বার্তা ,যোৰহাট, ২৫  জুনঃ  এখন বিয়াই এতিয়া কঁপাইছে যোৰহাট নগৰ । যোৰহাটৰ কোৰো’না সংক্ৰমণৰ অন্যতম স্থান ৰূপে যেন পৰিগণিত হবলৈ গৈ আছে এতিয়া এইখন বিয়া। আনকি যোৰহাট জিলা প্ৰশাসন বাধ্য হৈছে দৰা কইনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ। বিগত ১৬ জুনত অনুষ্ঠিত হৈছিল এই বিয়াখন। জিলা প্ৰশাসনৰ সকলো নীতি …

অধিক »

 যোৰহাটৰ এ টি ৰোডস্থিত ইণ্ডিয়ান বেংকত  সামাজিক দূৰত্ব উলংঘা একাংশ গ্ৰাহকৰ 

গণবাৰ্তা বিশেষ,যোৰহাট : ৰাজ্যত ক’ৰোণা আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা সময়তে একাংশ কাণ্ডজ্ঞানহীন ৰাইজৰ কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক| ক’ৰোনা মহামাৰীৰ ভয়ংকৰ ছবি খনৰ বিষয়ে অজ্ঞতাৰ বাবে এচামে চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নিজৰ খেয়াল খুচি মতেই সকসো কাম কৰি গৈছে| আজি তেনে এক ভয়ংকৰ ছবি দেখিবলৈ …

অধিক »

ৰাজ্যৰ বাবে পুনৰ সুখবৰ কোৰোনা আক্ৰান্ত ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ ।

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩১ , মে  : আজি পুনৰ দুগৰাকী কোৰো’না আক্ৰান্ত ৰোগীক সুস্থ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আজি সন্ধিয়া ঘৰলৈ যাব দিয়া হয়। গীতাৰাণী গুৰীয়া (২৬) বছৰ , কিৰণ পাচোৱান (১৫)বছৰ। দুগৰাকীক Covid19 পজিটিভ প্ৰথম অৱস্থাত পাই যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পুনৰ দুবাৰ পৰীক্ষা কৰা পিছত দুই …

অধিক »

Video | অসমত নতুনকৈ ৭জন কোৰোনা ভাইৰাচত আক্ৰান্ত

সমগ্ৰ ভাৰতত কোৰোনা ভাইৰাচৰ সংক্ৰমণ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে অসমত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। আজি গুৱাহাটী মহানগৰত নতুনকৈ ৭ জন লোকৰ কোৰানা ভাইৰাচ অৱস্থিতিৰ ধৰা পৰে। উক্ত লোককেইজন মুম্বাইৰ আহিছিল আৰু তেওঁলোক কোৱাৰেনটাইনত আছিল। বৰ্তমানলৈ অসমত ৮৬ জনলৈ বৃদ্ধি পায়। ইতিমধ্যে ইয়াৰে ২ জন লোকৰ মৃত্যু …

অধিক »

Video | ৰেলযাত্ৰী পৰা উদ্ভৱ হ’ব পৰা -পৰিস্থিতিক লৈ চৰকাৰ তৎপৰ

সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাচৰ সৎক্ৰমণ বৃদ্ধি পাই অহাৰ সমান্তৰালভাৱে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত ৭০০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত  ভাৰতত ৩৬০০তকৈ অধিক অভিলেখ সংখ্যক আক্ৰান্ত হৈছে। উল্লেখ্য যে আজিৰে পৰা যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ হব আৰু অসমৰ বাহিৰত থকা প্ৰায় ১০  লক্ষাধিক লোক উভতিব। এই লোকসকলক …

অধিক »