Monday , August 10 2020
শেহতীয়া খবৰ

Tag Archives: Prime Minister

Video | দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

কোৰোনা সংকটৰ পৰা নিজকে বচাব লাগিব, আগবাঢ়িবও লাগিব নতুন দিল্লীঃ  সমগ্ৰ দেশৰ লগতে বিশ্ববাসী কোৰোনা মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়ছোৱাতে পুনৰাই দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কমেও চ্ঙ্ম লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ৰঙ্ম শতাংশ ধনৰাশিৰ পেকেজ ঘোষণা …

অধিক »

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙক এইমছত ভৰ্তী

প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা প্ৰাক্তন অসমৰ সাংসদ ড° মনমোহন সিঙক বুকু বিষজনিত কাৰণত এইমছত ভৰ্তী কৰোৱা হয় বুলি কংগ্ৰেছৰ প্ৰবক্তা জয়বীৰ শেৰগীলে টুইটযোগ জানিবলৈ দিয়ে । পবক্তাগৰাকীয় ড° সিং অতি সোনকালে সুস্থ হোৱাৰ কামনা কৰে। উল্লেখ্য যে তেওঁ ২০০৪ৰ পৰা ২০১৪ লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল। তেওঁ হাবাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তা …

অধিক »