Friday , September 25 2020
শেহতীয়া খবৰ

Tag Archives: Social Worker

হাতীগাঁৱৰ সমাজকৰ্মী খগেন কলিতাৰ মৃত্যু, অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

গণ বাৰ্তা, গুৱাহাটী, ১৮ জুলাইঃ  গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক খগেন কলিতাৰ মৃত্যুত শোকৰ ছাঁ পৰে৷ ৭৯ বছৰ বয়সত হাতীগাঁৱৰ নিজ ঘৰত শুকুৰবাৰে পুৱা ৬ বজাত মৃত্যুক আকোৱালি লয় সমাজকৰ্মীগৰাকীয়ে৷ হাতীগাঁও অঞ্চলৰ উত্থান-পতনৰ সাক্ষী কলিতাই মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷ সমাজকৰ্মীগৰাকীৰ মৃত্যুত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে শোক …

অধিক »