Home Main Stories শিৱসাগৰত শ্বহীদ সাংবাদিক পৰাগ দাসৰ ২৫ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

শিৱসাগৰত শ্বহীদ সাংবাদিক পৰাগ দাসৰ ২৫ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

44
0

গণ বাৰ্তা, শিৱসাগৰ, ১৭মে’ : শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অনুষ্ঠুপীয়াকৈ কভিড প্ৰটকল মানি শ্বহীদ সাংবাদিক জনৰ ফটোত বন্তী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা সম্পাদক জয়জ্যোতি গগৈ জেষ্ঠ সাংবাদিক অনন্ত স্মিথ ৰ লগতে বহু জেষ্ঠ কণিষ্ঠ সাংবাদিকৰ উপস্থিতিত সংগ্ৰামী শ্বহীদ সাংবাদিক জনক শ্ৰদ্ধা জ্ঞাপন কৰে। সকলোৱে পৰাগ কুমাৰ দাসৰ ন্যয় নোপোৱাৰ বিষয়টোক ন্যায় ব্যৱস্থাৰ কলা দিন অভিহিত কৰাৰ লগতে আজিও তেঁওৰ হত্যাকাৰীয়ে মুকলি আকাশৰ তলত বিচৰণ কৰি থকা বিষয়টোত ক্ষোভ প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here