
“অসমত সুৰক্ষিত নহয় মিঞা মুছলমান সকল। চৰকাৰী পক্ষ আৰু কংগ্ৰেছৰ কুটিল ৰাজনীতিৰ বলি হৈছে ৰাজ্যৰ মিঞা মুছলমান সকল। চৰকাৰী পক্ষই ৰাজনীতিৰে অবৈধ বাংলাদেশী সজাইছে ৰাজ্যৰ একাংশ মিঞা মুছলমানক। এই ধাৰা অব্যাহত থাকিলে গঢ়ি তোলা হ’ব তীব্ৰ গণ আন্দোলন।”
এই মন্তব্য অসম মিঞা অসমীয়া পৰিষদৰ মূখ্য উপদেষ্টা এম,জি, হাজৰীকাৰ।