
৬০০ৰ ভিতৰতে ৫৯১ নম্বৰ লাভ
যোৰহাটৰ অমিশী শইকীয়াই মেট্ৰিকত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে আৰু আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫৯১ নম্বৰ লাভ কৰিছে.
যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ ছাত্ৰী আমিশী |অসমীয়া বিষয়ত আমিশী লাভ কৰিছে ১০০ৰ ভিতৰত ১০০ নম্বৰ
গণিততো লাভ কৰিছে ১০০ৰ ভিতৰত ১০০ নম্বৰ
