Home অসম ধেমাজিত প্ৰধানমন্ত্ৰী কৃষাণ নিধিৰ হিতাধিকাৰীৰ সৈতে মতবিনিময় কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ

ধেমাজিত প্ৰধানমন্ত্ৰী কৃষাণ নিধিৰ হিতাধিকাৰীৰ সৈতে মতবিনিময় কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ

156
0

১৪ জুন , গণৰ্বাতা :মংগলবাৰে ধেমাজিত মোদী চৰকাৰৰ অষ্টম বৰ্ষপূতি উপলক্ষে প্ৰধানমন্ত্ৰী কৃষাণ নিধিৰ হিতাধিকাৰীৰ সৈতে মতবিনিয় কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে। ধেমাজি বৰদলনিত ৫০ গৰাকী পি এম কিষাণ হিতাধিকাৰীৰ সৈতে মতবিনিয় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। কেন্দ্ৰ মন্ত্রীগৰাকীক সংগ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুে । এন এইচ পি চিত ৰুদ্ধধাৰ বৈঠকৰ পিছতে কেইবাটাও আঁচনিৰ হিতাধিকাৰীৰৰ সৈতে মতবিনিয় কৰে কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here