Thursday , August 13 2020
শেহতীয়া খবৰ

Video | অসমত নতুনকৈ ৭জন কোৰোনা ভাইৰাচত আক্ৰান্ত

সমগ্ৰ ভাৰতত কোৰোনা ভাইৰাচৰ সংক্ৰমণ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে অসমত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। আজি গুৱাহাটী মহানগৰত নতুনকৈ ৭ জন লোকৰ কোৰানা ভাইৰাচ অৱস্থিতিৰ ধৰা পৰে। উক্ত লোককেইজন মুম্বাইৰ আহিছিল আৰু তেওঁলোক কোৱাৰেনটাইনত আছিল। বৰ্তমানলৈ অসমত ৮৬ জনলৈ বৃদ্ধি পায়। ইতিমধ্যে ইয়াৰে ২ জন লোকৰ মৃত্যু ঘটিছে আৰু ৩৯জনক মুক্তি দিয়াৰ লগতে ৪৪ গৰাকী কোৰোনা আক্ৰান্ত হৈ সিকিৎসা অবস্থাত আছে।

Video | কোৰোনা ভাইৰাছে অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাছিয়াত |

#BREAKING | কোৰোনা ভাইৰাছে অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাছিয়াত | কোৰোনা ভাইৰাচৰ মহামাৰীয়ে ভাৰতত অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে।…

Posted by Gana Adhikar on Thursday, 14 May 2020

Leave a Reply

Your email address will not be published. Required fields are marked *