Friday , September 25 2020
শেহতীয়া খবৰ

Video | বিশ্বাখাপট্টমৰ প্লাষ্টিক কাৰখানাত গেছ নিৰ্গত হৈ ৮ জনৰ মৃত্যু, ২০০০তকৈ অধিক লোক আহত

Video | বিশ্বাখাপট্টমৰ প্লাষ্টিক কাৰখানাত গেছ নিৰ্গত হৈ ৮ জনৰ মৃত্যু, ২০০০তকৈ অধিক লোক আহত | …

Posted by Gana Adhikar on Thursday, 7 May 2020


আজি পুৱতি নিশা প্ৰায় ৩ বজাত অন্ধ্ৰ প্ৰদেশৰ বেংকাটাপুৰম গাঁওস্থিত “এল জি পলিমাৰ্ছ” নামৰ  এটা প্লাষ্টিক কাৰখানাৰ ৰসায়নিক ভাণ্ডাৰ পৰা হঠাৎ বিষাক্ত গেছ নিৰ্গত হয়। উক্ত বিষাক্ত গেছ নিৰ্গতৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২০০০তকৈ অধিক লোক আক্ৰান্ত হয়। উক্ত ঘটনাটোত বেছিসংখ্যক লোক দৌৰা দৌৰি ফলত আহত হোৱা বুলি জানিব পৰা গৈছে।


Leave a Reply

Your email address will not be published. Required fields are marked *