Friday , September 25 2020
শেহতীয়া খবৰ

Video | মুলাই চাপৰিত টুলুঙাৰ নাৱৰ পৰা পৰিল যাদৱ পায়েং

কথমপি ৰক্ষা পৰিল অৰণ্য মানৱ পায়েঙ

কথমপি ৰক্ষা পৰিল অৰণ্য মানৱ যাদৱ পায়েঙ । কি হৈছিল পায়েঙৰ । চাওক এই প্ৰতিবেদন । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Wednesday, 22 July 2020

গণ বাৰ্তা , মাজুলী ২২ জুলাই : আজি পুৱা অৰণ্য মানৱ যাদৱ পায়েং কথমপি প্ৰাণ ৰক্ষা পৰে অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙৰ । আজি পুৱা নিজৰ বৰ পুত্ৰ আৰু এজন আত্মীয়ৰ সৈতে ঐতিহাসিক মুলাই চাপৰিলৈ এখন টুলুঙা নাৱৰে যাত্ৰা কৰিছিল অৰণ্য মানৱজনে কিন্তু ভৰা ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নিয়ে নাওখন।প্ৰায় ৩ কিঃমিঃ ধৰি তিনিওজন উটি যায় ব্ৰহ্মপুত্ৰইদি পিচত এখন আন এখন নাৱেৰে উদ্ধাৰ কৰে তিনিওকে বৰ্তমান সময়ত সুস্থ হৈছে যাদৱ পায়েং সুস্থ অৱস্থাত আছে বুলিও এই প্ৰতিবেদক জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *