Thursday , August 13 2020
শেহতীয়া খবৰ

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ দিনটোতে ৰিজ্যত বৃদ্ধি পাইছে ১৫৯ জনকৈ লোক।

যোৰহাটত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি উদ্ধোধন কৰিলে । চাওক এই প্ৰতিবেদন ।GanaAdhikar.Com | Print daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Saturday, 30 May 2020

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *