আনন্দ তাঁতীৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী …

পুনৰ মানৱ সমাজৰ এক লজ্জাজনক কাণ্ড। আনন্দ তাঁতীৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া মিতালী শইকীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় আনন্দ তাঁতীৰ শৌচাগাৰত।মাৰ্ঘেৰিটাৰ জঘন্য বলাৎকাৰ কাণ্ডই জোকাৰিছে ৰাজ্য । চেগুনবাৰীত লম্পট আনন্দ তাঁতীৰ পৈশাচিক আনন্দ ।

আনন্দৰ ঘৰত কিশোৰীক থৈ বিহু চাবলৈ গৈছিল মাতৃ । অকলে পাই আনন্দই বলাৎকাৰ কৰি হত্যা কৰে কিশোৰীক । মিতালী শইকীয়া। হাঁহিমুখীয়া, অতি নম্ৰ ১২ বছৰীয়া ছোৱালীজনী যোৱাবছৰলৈকে মাৰ্ঘেৰিটা চেগুনবাৰী বিদ্যালয়ৰে ছাত্ৰী আছিল। এইবাৰ ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাই নাম লগাইছিল।

Assamnews
Comments (0)
Add Comment