জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

১১ মে’ৰ পৰিবৰ্তে ২৬ মে’ত সদ্য নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলে লাভ কৰিব নিযুক্তি পত্ৰ, এক জুনত যোগ দিব লাগিব চাকৰিত ।

কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

চাকৰি প্ৰত্যাশী সকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। জুলাই মাহত প্ৰকাশ কৰা হ’ব আৰু ১০ হাজাৰ পদৰ বিজ্ঞাপন।

Assamjobnews
Comments (0)
Add Comment