গায়ক তথা অধিবক্তা, ড° ভূপেন হাজৰিকাৰ ভাগিন আৰু কিংবদন্তি কণ্ঠশিল্পী দম্পতী সুদক্ষিনা শৰ্মা -প্ৰয়াত দিলীপ শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই।

গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ পুত্ৰ, বিশিষ্ট কণ্ঠশিল্পী-গীতিকাৰ- সুৰকাৰ ঋষিৰাজ শৰ্মাৰ মৃত্যু । এজন ভাল মানুহ, এজন ভাল শিল্পী , অতি নম্ৰ, অমায়িক, মৃদুভাষী, গণশিল্পী প্রয়াত দিলীপ শৰ্মা আৰু সুদক্ষীনা শৰ্মাৰ পুত্ৰ, ড০ ভূপেন হাজৰিকাৰ ভাগিন ,সকলোৰে প্ৰিয় ,ঋষিৰাজ শৰ্মা অসময়ত গ’লগৈ অতি দুখৰ খবৰ।

Uncategorized
Comments (0)
Add Comment