
কলিয়াবৰত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ
ৱেব ডেস্ক: কলিয়াবৰত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচী। ২১ আগষ্টৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰিলে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে । এফ আৰ এছ পদ্ধতি বাতিলৰ দাবীৰে হাতে হাতে প্লে কাৰ্ড লৈ ক’লা বেজ পৰিধান কৰি পশ্চিম কলিয়াবৰ সংহত শিশু বিকাশ প্ৰকল্প কাৰ্যালয়ত প্ৰতিবাদ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ। প্ৰতিবাদৰ লগতেই সংশ্লিষ্ট উৰ্দ্ধতম কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদী মহিলা সকলৰ।