শেহতীয়া খবৰ

স্থানীয়

Local

১০১ গছি বন্তি প্ৰজ্বলনেৰে যোৰহাট আছুৰ শ্ৰদ্ধাঞ্জলি

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট  :  নকছাৰি অঞ্চলৰ গাভৰু চাহ বাগিচাত যোৱা ২৯ তাৰিখে এচাম মানুহৰূপী দানৱৰ বৰ্বৰতাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা সম্ভাৱনাময় যুৱক দেৱাশীষ গগৈ নামৰ যুৱকজনৰ আত্মাৰ চিৰশান্তি কামনাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত ১০১ গছি বন্তি প্ৰজ্বলনেৰে বিদেহী …

অধিক »

সেনা- আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

একে চিৰিজৰ ৰাইফল, গ্ৰেণেড সহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, মণিপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আহিছে গঁড় চিকাৰ কাৰ্য দৈনিক গণঅধিকাৰ, ছাইদুল ইছলামঃ যোৱা ২৮ মেত ধনশিৰিৰ এক ভিতৰুৱা এলেকাত বনকৰ্মীৰ এটা দলৰ সৈতে গঁড় চিকাৰীৰ এটা দলৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এটা গঁড় চিকাৰীৰ থিতাতে নিহত বিপৰীতে দলটোৰ আনকেইটা সদস্য পলাই …

অধিক »

লক ডাউনৰ সময়তো জিলা প্ৰশাসনৰ অভিলেখ দৰঙত চাৰি মাহত ৰাজহ সংগ্ৰহ ৮৯,৯৩,৬৬৩ টকা

দৈনিক গণঅধিকাৰ, মঙলদৈঃ সমগ্ৰ দেশত লক ডাউন চলি থকাৰ অৱস্থাতো বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে দৰং জিলা প্ৰশাসনে । ফ্ৰেবুৱাৰী মাহৰ পৰা মে’ মাহৰ ১৫ তাৰিখলৈ ভূমি ৰাজহ, ইটা ভাটা, মীন আৰু ভূমিৰ পুনৰ শ্ৰেণীকৰণৰ পৰা দৰং জিলা প্ৰশাসনে সংগ্ৰহ কৰিছে মুঠ ৮৯,৯৩,৬৬৩ টকা । …

অধিক »

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ : বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব

গন বাৰ্তা, মাৰ্ঘেৰিটা, ৩১ মেঃ- কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও …

অধিক »

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 

গণ বাৰ্তা, নামৰূপ, ৩১ মেঃ সমগ্ৰ দেশতে কৰুণা ভাইৰাছৰ বিৰুদ্ধে লকডাউন চলি থকা সময়তে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দিহিং-পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা কৰি দিহিং-পাটকাই বৰ্ষাৰণ্যৰত হাতে-হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কায্যসূচীত ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি ভবেন …

অধিক »

পিতৃ ভগ্নীৰ সন্মুখতে  চলিল বৰ্বৰ নিৰ্যাতন ছাত্ৰ নেতা দেৱাশীষ গগৈৰ

 চাৰি জনক গ্ৰেপ্তাৰ , ছাত্ৰনেতা দেৱাশীষ গগৈৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ গণ বার্তা, আমগুৰি/ নকছাৰী/ ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩১ মে:-  যোৰহাট জিলা সমিতিৰ প্ৰাক্তন আছু নেতা হেমলাই মিল গাঁৱৰ দেৱজিত গগৈৰ পুত্ৰ  সংগ্ৰামী ছাত্ৰ নেতা দেৱাশীষ গগৈক ঐতিহাসিক গাভৰু অঞ্চলত যোৱা শুকুৰবাৰে  পাশৱিক অত্যাচাৰ কৰি হত্যা …

অধিক »

ৰাজ্যৰ বাবে পুনৰ সুখবৰ কোৰোনা আক্ৰান্ত ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ ।

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩১ , মে  : আজি পুনৰ দুগৰাকী কোৰো’না আক্ৰান্ত ৰোগীক সুস্থ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আজি সন্ধিয়া ঘৰলৈ যাব দিয়া হয়। গীতাৰাণী গুৰীয়া (২৬) বছৰ , কিৰণ পাচোৱান (১৫)বছৰ। দুগৰাকীক Covid19 পজিটিভ প্ৰথম অৱস্থাত পাই যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পুনৰ দুবাৰ পৰীক্ষা কৰা পিছত দুই …

অধিক »

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ …

অধিক »

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

দৈনিক গণঅধিকাৰ, বৰহোলাঃ কেন্দ্ৰীয় চৰকাৰৰ পে’ট্ৰলিয়াম মন্ত্ৰালয়ে অসমৰ ১১ খন তৈল ক্ষেত্ৰৰ ৭ খন তৈল ক্ষেত্ৰ লকডাউনৰ সুবিধা লৈ ব্যক্তিগত কৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই বৰহোলা শিলডুবিস্থ জিজিএচৰ সন্মুখত সামাজিক ব্যৱধান ৰক্ষা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। “কেন্দ্ৰীয় চৰকাৰ হায় হায়”, …

অধিক »

লখিমপুৰত আমছুৰ তীব্ৰ ক্ষোভ, সমষ্টি পুনঃ নিৰ্ধাৰণৰ জৰিয়তে ২১ ৰ ৰাজনৈতিক অংক কৰিছে বিজেপিয়ে

দৈনিক গণঅধিকাৰ, লখিমপুৰঃ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আমছুৰ। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ বিৰোধিতা কৰি লখিমপুৰত আমছুৰ সংবাদমেল। সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ অভিযোগ- ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব বিচাৰিছে। বিজেপিয়ে দখল কৰিব নোৱাৰা কেতবোৰ সমষ্টিক এই প্ৰক্ৰিয়াৰ জৰিয়তে ২১ বিধানসভা নিৰ্বাচনত …

অধিক »