শেহতীয়া খবৰ

বিনোদন

Entertainment

সাংস্কৃতিক জগতৰ অন্যতম ৱাজিদ খানৰ মৃত্যুত শোক প্ৰকাশ অভিনেতা ছলমান খানৰ

মুম্বাইঃ সাংস্কৃতিক জগতত নিজৰ স্থান সুকীয়াকৈ ৰাখিবলৈ সক্ষম হোৱা ৱাজিদ খানৰ দেওবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটে। বিশিষ্ট শিল্পীগৰাকীৰ কিডনী বিকল হৈ মুম্বাইৰ চুৰানা চেঠিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুয়োটা বেমাৰ হৈ বিশিষ্ট সংগীতজ্ঞ গৰাকীৰ মৃত্যু ঘটা বুলি প্ৰকাশ। তেওঁৰ মৃত্যুত বলিউড জগতত শোকৰ ছা পৰে। বলিউড জগতৰ …

অধিক »

ৰামায়ণে গঢ়িলে বিশ্ব অভিলেখ

দূৰদৰ্শনত দ্বিতীয়বাৰৰ বাবে সম্প্ৰচাৰিত হোৱা  ৰামায়ণে  বিশ্বজুৰি ৰেকৰ্ড ভংগ কৰিলে। ১৬ এপ্ৰিলত ৭.৭ কোটি লোকে ৰামায়ণ চোৱাৰ পিছত সমগ্ৰ বিশ্বত এই শ্ব’টো আটাইতকৈ অধিক এণ্টাৰটেইনমেণ্ট শ্ব’ হিচাপে বিবেচিত হৈছে ৷ ল’কডাউনত ঘৰতে বন্দী হৈ থকা লোকৰ মনোৰঞ্জনৰ বাবে ৰামানন্দ সাগৰৰ ৰামায়ণ দ্বিতীয়বাৰলৈ সম্প্ৰচাৰিত কৰা হ’ল। লকডাউনত ৰাইজে এই ধাৰাবাহিকখন যথেষ্ট …

অধিক »

২৪ ঘণ্টাৰ ভিতৰত দুজন অভিনেতাক হেৰুৱাই শোকত ভাগি পৰিছে বলিউড

কৰ্কট ৰোগেৰে যুঁজ দি অৱশেষত হাৰ মানিলে ঋষি কাপুৰ মুম্বাইঃ বলিউড জগতত পৰিছে শোকৰ ছাঁ। ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী প্ৰখ্যাত অভিনেতাক হেৰুৱাই শোকত ভাগি পৰিছে সমগ্ৰ বলিউড জগত। ২৪ঘণ্টাৰ ভিতৰত দুজন অভিনেতাক হেৰুৱাত বহু আপুৰুগীয়া ক্ষতি হৈছে বলিউড জগতত। কেৱল বলিউড জগতে নহয় দেশৰ বহু আপুৰুগীয়া ক্ষতি হৈছে দুগৰাকী প্ৰখ্যাত …

অধিক »

বলিউড জগতক শোকৰ সাগৰত বোৰাই শেষ নিশ্বাস ত্যাগ ইৰফান খানৰ

মাতৃ ঢুকোৱাৰ কেইটামান দিনৰ পিছতে মুম্বাইত প্ৰখ্যাত অভিনেতাগৰাকীৰ মৃত্যু মুম্বাইঃ বলিউড জগতক শোকৰ সাগৰত বোৰাই এইখন পৃথিৱীৰ পৰা মেলানি মাগিলে প্ৰখ্যাত অভিনেতা  ইৰফান খানে। ৫৩বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হাস্পাতালত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ইৰফান খানে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বলিউড জগতৰ লগতে সমগ্ৰ দেশত শোকৰ ছা পৰিছে। শোকত …

অধিক »

৩৩ বছৰৰ পিছত পুনৰ দূৰদৰ্শনত ৰামায়ণৰ সম্প্ৰচাৰ

দৈনিক গণঅধিকাৰঃ ৰামানন্দ সাগৰে প্ৰস্তুতি কৰি উলিওৱা জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ পুনৰ শনিবাৰৰ পৰা দূৰদৰ্শনত সম্প্ৰচাৰ হ’ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে শুকুৰবাৰে এই কথা ঘোষণা কৰিছে। তেওঁ টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে দেশবাসীৰ বিপুল দাবীত শনিবাৰৰ পৰা ৰামায়ণৰ সম্প্ৰচাৰ পুনৰ দূৰদৰ্শনত হ’ব। পুৱা ৯ বজাৰ পৰা ১০ বজালৈ …

অধিক »

নৱাজুদ্দিন ছিদ্দিকিয়ে তেঁওৰ গুৰুৰ ফটো শ্বেয়াৰ কৰি কলে কোনে শিকাইছিল তেওঁক অভিনয়

নৱাজুদ্দিন ছিদ্দিকিয়ে শ্বেয়াৰ কৰিলে গুৰুৰ ফটো, কলে কোনে শিকাইছিল তেওঁক অভিনয়। বলিউডৰ এগৰাকী অন্যতম অভিনেতা নৱাজুদ্দীন ছিদ্দিকি । তেওঁৰ ব্যতিক্ৰমী, অনবদ্য অভিনয়ৰে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকি। অভিনেতা গৰাকীয়ে পোণ প্ৰথমবাৰৰ বাবে তেওঁৰ অভিনয়ৰ গুৰুৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে । বলিউড জগতত ব্যতিক্ৰমী অভিনয়ৰ কথা কলে নৱাজুদ্দিন ছিদ্দিকিৰ …

অধিক »