Monday , August 10 2020
শেহতীয়া খবৰ

সম্পাদকীয়

Editorial

অসমসহ পাঁচ ৰাজ্যত ৰেড এলাৰ্ট ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ

ৰাজ্যজুৰি বানত মৃত্যু ঘটা লোকৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি মহানগৰ প্ৰতিবেদক, ১৮ জুলাই ঃ ৰাজ্যজুৰি বানৰ তাণ্ডৱ অব্যাহত আছে। শদিয়াৰ পৰা ধুবুৰীলৈ বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমসহ পাঁচখন ৰাজ্যত আগন্তুক তিনি দিনলৈ ৰেড এলাৰ্ট ঘোষণা কৰিছে। সেয়ে আগন্তুক তিনি দিনলৈ অসমত বানৰ প্ৰকোপ অব্যাহত থকাৰ …

অধিক »

দৰঙৰ দলগাঁও শিলবৰী সংযোগী ধনশ্ৰী নৈৰ ওপৰত থকা দলঙত সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাঁট

দৈনিক গণঅধিকাৰ, খাৰুপেটীয়াঃ যোৱা কেইদিনৰ ধাৰাষাৰ বৰষুনৰ  ফলত দৰঙৰ ধনশ্ৰী নৈৰ  বাঢ়নী পানীয়ে আতংকিত কৰিছে শিলবৰী বৃহত্তৰ এলেকাৰ গঞাক । নৈখনৰ বাঢ়নী পানীৰ আতংকৰ  সময়তে  ধনশ্ৰী দলঙৰ মাজভাগত সৃষ্টি হোৱা  বৃহৎ ফাঁটবোৰে  চিন্তিত কৰি তুলিছে ৰাইজক । যোৱা কেইদিনৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুনৰ ফলত ধনশ্ৰী নৈৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত  …

অধিক »

একেদিনাই বৰপেটালৈ আহিল ৩৬৬ জন লোকঃ  ফখৰুদ্দিন আলি আহমেদ মেডিকেলত চাৰিজন আক্ৰান্তক ভৰ্তি

দৈনিক গণঅধিকাৰ, হাউলীঃ কালি ধুবুৰী জিলাৰ চাপৰৰ এজন কৰোনা আক্ৰান্ত ৰোগীক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱাৰ পিছত আজি আন তিনিজন নতুন ৰোগীক ভৰ্তি কৰোৱা হয়। ইয়াৰে এজন বৰপেটা জিলাৰে হাউলীৰ ওচৰৰ পৰব হাৰাল গাঁৱৰ বাসিন্দা হোৱাৰ বিপৰীতে আন দুজন নলবাৰী আৰু বাক্সা জিলাৰ বুলি চিকিৎসালয়খনৰ উপ …

অধিক »

ধুবুৰী জিলাৰ ৮৮১ নমুনাৰ ভিতৰত ৪৪৪ টা নেগেটিভঃ ফলাফল বাকী আছে ৪৩২ টা নমুনাৰ

ছাগলীয়াত ২৩,৬৪৭ জনৰ স্ক্ৰিনিং টেষ্টঃ১২০৬ খন গাড়ীৰে ২১,৭৪৯ লোক ধুবুৰীলৈ দৈনিক গণঅধিকৰ,ধুবুৰীঃ ধুবুৰী জিলা খনত এতিয়ালৈকে পাঁচজনকৈ লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল যদিওঁ ইয়াৰে চাৰিজন আৰোগ্য লাভ কৰাৰ ফলত ধুবুৰীৰ প্ৰশান্তি লজত চৈধ্য দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। ইয়াৰ বিপৰীতে ধুবুৰী জিলা খনৰ মাত্ৰ এজন লোক বৰ্তমান এম এম …

অধিক »