শেহতীয়া খবৰ

গুৱাহাটী

Guwahati

এদিনত ১১১জনৰ দেহত মাৰাত্মক কোৰোনা, অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ১৬৭২লৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কোৰোনাই। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। আজি অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬৭২লৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত অসমত ১১১জন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰা অনুসৰি ধুবুৰীৰ ৬৬জন লোক কোৰোনাত …

অধিক »

১০১ গছি বন্তি প্ৰজ্বলনেৰে যোৰহাট আছুৰ শ্ৰদ্ধাঞ্জলি

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট  :  নকছাৰি অঞ্চলৰ গাভৰু চাহ বাগিচাত যোৱা ২৯ তাৰিখে এচাম মানুহৰূপী দানৱৰ বৰ্বৰতাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা সম্ভাৱনাময় যুৱক দেৱাশীষ গগৈ নামৰ যুৱকজনৰ আত্মাৰ চিৰশান্তি কামনাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত ১০১ গছি বন্তি প্ৰজ্বলনেৰে বিদেহী …

অধিক »

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ : বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব

গন বাৰ্তা, মাৰ্ঘেৰিটা, ৩১ মেঃ- কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও …

অধিক »

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 

গণ বাৰ্তা, নামৰূপ, ৩১ মেঃ সমগ্ৰ দেশতে কৰুণা ভাইৰাছৰ বিৰুদ্ধে লকডাউন চলি থকা সময়তে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দিহিং-পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা কৰি দিহিং-পাটকাই বৰ্ষাৰণ্যৰত হাতে-হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কায্যসূচীত ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি ভবেন …

অধিক »

পিতৃ ভগ্নীৰ সন্মুখতে  চলিল বৰ্বৰ নিৰ্যাতন ছাত্ৰ নেতা দেৱাশীষ গগৈৰ

 চাৰি জনক গ্ৰেপ্তাৰ , ছাত্ৰনেতা দেৱাশীষ গগৈৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ গণ বার্তা, আমগুৰি/ নকছাৰী/ ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩১ মে:-  যোৰহাট জিলা সমিতিৰ প্ৰাক্তন আছু নেতা হেমলাই মিল গাঁৱৰ দেৱজিত গগৈৰ পুত্ৰ  সংগ্ৰামী ছাত্ৰ নেতা দেৱাশীষ গগৈক ঐতিহাসিক গাভৰু অঞ্চলত যোৱা শুকুৰবাৰে  পাশৱিক অত্যাচাৰ কৰি হত্যা …

অধিক »

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ …

অধিক »

ৰাজ্যত ৯৩৫লৈ বৃদ্ধি পালে কোভিড-১৯ পজিটিভ

দৈনিক গণঅধিকাৰঃ অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বৰ্তমান কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৯৩৫লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভ কৰা ১০৯জন মুকলি কৰি দিয়া হৈছে। ৮১৯জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আজি দিনৰ ভাগত ৩০জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে। ১৬ গোলাঘাট, ৬ কৰিমগঞ্জ, ২জন লখিমপুৰ, ২জন কাছাৰ, ২জন হাইলাকান্দি …

অধিক »

ৰাজ্যত ৩০ জুনলৈ লকডাউন বৃদ্ধিৰ ঘোষণা।

সমগ্ৰ ভাৰতৰ লগতে অসমতো প্ৰতি দিনে অভাৱনীয় হাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজ্যত ইতিমধ্যে ৮০০ৰ অতিক্ৰম কৰিছে কোৰোনাত আক্ৰান্তৰ লোকৰ সংখ্যা। আজি ৰাজ্য চৰকাৰে কোৰোনাত আক্ৰান্ত লোকল সংখা বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখি লকডাউন ৩০ জুনলৈ বৃদ্ধিৰ কৰাৰ ঘোষণা কৰে।

অধিক »

ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি, আজি ৯২জন লোক কোৰোনাত আক্ৰান্ত

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। কালি বিমানযোগে অসমলৈ অহা প্ৰথমজন যাত্ৰী কোৰোনাত আক্ৰান্ত হৈছে। আজি দিনৰ ভাগত অসমত ৯২জন লোক কোৰোনাত আক্ৰান্ত হৈছে। অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি পাইছে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে দিয়া …

অধিক »

ভাৰতত কোৰোনাৰ বিভীষিকা অব্যাহত

অসমত ভয়াৱহভাৱে ৭০৪ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহভাৱে অধিক হাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৫১৪৭৬ জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪৩৪৬ জন আৰু সুস্থ হৈ উঠিছে ৬৪৪২৬ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত …

অধিক »