শেহতীয়া খবৰ

শেহতীয়া খবৰ

ভাৰতত যোৱা ২৪ ঘণ্টাত ১৭০ জনৰ মৃত্যু, আক্ৰান্ত ৰোগীৰ সংখ্যা ১.৫ লাখ অতিক্ৰম

নতুন দিল্লীঃ গোটেই বিশ্বৰ লগতে ভাৰততো কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ দেশত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১.৫ লাখ অতিক্ৰম কৰিলে৷ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫১,৭৬৭ জন আৰু ৪৩৩৭ জন৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত কোৰোনাত ৬,৩৮৭ জন নতুনকৈ আক্ৰান্ত হৈছে আৰু ১৭০ জনৰ …

অধিক »

জেঠৰ পহিলা বানত ১১খন জিলা প্ৰভাৱিত, বিপদসীমাৰ ওপৰেৰে বৈছে জীয়াভৰলী-ব্ৰহ্মপুত্ৰৰ পানী

২১ ৰাজহ চক্ৰৰ ৩২১খন গাঁও পানীৰ তলত দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছ মহামাৰীৰ আতংকৰ মাজতেই ৰাজ্যত আৰম্ভ হৈছে প্ৰলয়ংকৰী বানৰ সংহাৰ। জেঠ মাহৰ পহিলা বানতেই ৰাজ্যৰ চৌদিশে এতিয়া আতংকময় পৰিৱেশ। চৌদিশে কেৱল পানী আৰু পানী। প্ৰলয়ংকৰী বানে মুহূৰ্তৰ ভিতৰতে উটুৱাই নিছে বৃহৎ বৃহৎ পকী দলং কিম্বা মথাউৰি। ভয়াৱহ বানত উজনীৰ পৰা …

অধিক »

ইংলেণ্ড ভ্ৰমণৰ বাবে সাজু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল

পর্ট অৱ স্পেইনঃ মহামাৰী কোৰোনা ভাইৰাছৰ পিছত পূৰ্বৰ স্থানলৈ ক্রিকেট আনিবৰ বাবে খেলপথাৰত নামিল ৱেষ্ট ইণ্ডিজৰ ক্রিকেট দল। দলটোৱে জুলাইত ইংলেণ্ড ভ্ৰমণৰ বাবে প্রশিক্ষণ আৰম্ভ কৰিছে। লক্ষণীয় যে ৱেষ্ট ইণ্ডিজে ৩ খন টেষ্ট শৃংখলাৰ বাবে জুন মাহত ইংলেণ্ড ভ্রমণলৈ যোৱাৰ কথা আছিল। কিন্তু কৰনাৰ বাবে ইয়াক বাতিল কৰা হয়। সম্প্রতি এইশৃংখলা …

অধিক »